অনুশীলনী – ১
১। শুদ্ধ নে অশুদ্ধ লিখা
ক) বিন্দুৰ স্থিতি আছে, কিন্তু আকাৰ নাই।
উত্তৰ- শুদ্ধ
খ) সৰল ৰেখা এডাল পোন ৰেখা এডাল পোন ৰেখা আৰু দুয়োপিনে দিশ সলনি নকৰাকৈ বিস্তাৰিত হৈ থাকে।
উত্তৰ- শুদ্ধ
গ) মেজ এখনৰ উপৰিভাগ এখন সমতল।
উত্তৰ- শুদ্ধ।
ঘ) দুডাল সমান্তৰাল ৰেখাই কটাকটি কৰে।
উত্তৰ- অশুদ্ধ।
ঙ) দুটা নিৰ্দ্দিষ্ট বিন্দুৰে অসংখ্য় সৰল ৰেখা আঁকিব পাৰি।
উত্তৰ- অশুদ্ধ।
২। খালী ঠাই পূৰ কৰা
ক) এটা বিন্দুৰে যোৱাকৈ অসংখ্য সৰল ৰেখা আঁকিব পাৰি। (এডাল/দুডাল/অসংখ্য়)
খ) ৰেখা দুবিধ, এবিধ সৰল ৰেখা আৰু আন বিধ __________।
গ) সমতল এখনৰ ওপৰত অসংখ্য সৰল ৰেখা আঁকিব পৰা যায়। (এডাল/দুডাল/অসংখ্য়)
ঘ) দুডাল সৰল ৰেখাই কটাকটি কৰিলে __________ টা কোণ উৎপন্ন হ’ব।
ঙ) এডাল ৰেখাখণ্ডৰ দীঘ জুখিব পৰা যায়। (যায়/নেযায়)
৩। অংকন কৰা
ক) তোমাৰ বহীত দুডাল সমান্তৰাল ৰেখাখণ্ডৰ অংকন কৰা।
উত্তৰ-