Type Here to Get Search Results !

Sankardev Class 4 Maths Ch 1 জ্যামিতিৰ প্ৰাথমিক ধাৰণা

 অনুশীলনী – ১


১। শুদ্ধ নে অশুদ্ধ লিখা 


            ক) বিন্দুৰ স্থিতি আছে, কিন্তু আকাৰ নাই।


            উত্তৰ- শুদ্ধ 


খ) সৰল ৰেখা এডাল পোন ৰেখা এডাল পোন ৰেখা আৰু দুয়োপিনে দিশ সলনি নকৰাকৈ বিস্তাৰিত হৈ থাকে।


উত্তৰ- শুদ্ধ 


গ) মেজ এখনৰ উপৰিভাগ এখন সমতল।


উত্তৰ- শুদ্ধ।


ঘ) দুডাল সমান্তৰাল ৰেখাই কটাকটি কৰে।


উত্তৰ- অশুদ্ধ।


ঙ) দুটা নিৰ্দ্দিষ্ট বিন্দুৰে অসংখ্য় সৰল ৰেখা আঁকিব পাৰি।


উত্তৰ- অশুদ্ধ।


২। খালী ঠাই পূৰ কৰা


ক) এটা বিন্দুৰে যোৱাকৈ অসংখ্য সৰল ৰেখা আঁকিব পাৰি। (এডাল/দুডাল/অসংখ্য়)


খ) ৰেখা দুবিধ, এবিধ সৰল ৰেখা আৰু আন বিধ __________।


গ) সমতল এখনৰ ওপৰত অসংখ্য সৰল ৰেখা আঁকিব পৰা যায়। (এডাল/দুডাল/অসংখ্য়)


ঘ) দুডাল সৰল ৰেখাই কটাকটি কৰিলে __________ টা কোণ উৎপন্ন হ’ব।


ঙ) এডাল ৰেখাখণ্ডৰ দীঘ জুখিব পৰা যায়। (যায়/নেযায়)


৩। অংকন কৰা


            ক) তোমাৰ বহীত দুডাল সমান্তৰাল ৰেখাখণ্ডৰ অংকন কৰা।


            উত্তৰ- 

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.