এছিড, ক্ষাৰক আৰু লৱণ
1. দৈ আৰু টেঙা খাদ্যবস্তু পিতলৰ আৰু তামৰ পাত্ৰত থোৱা নহয় কিয়?
উত্তৰঃ- দৈ গাখীৰত লেকটিক এছিড থাকে। আনহাতে, টেঙা খাদ্যবস্তুটো এছিড থাকে।
আমি জানো যে, সকলোবোৰ এছিডে ধাতুৰ লগত বিক্ৰিয়া কৰি ধাতুৰ লৱণ আৰু পানী উৎপন্ন কৰে। পিতল আৰু তামৰ পাত্ৰৰ লগত এইবোৰ দ্ৰৱ্যৰ ব্ৰিক্ৰিয়া ঘটে। ফলত ইয়াৰ সোৱাদ বেয়া হয়। গতিকে দৈ আৰু টেঙা খাদ্যবস্তু পিতলৰ আৰু তামৰ পাত্ৰত থোৱা নহয়।