Type Here to Get Search Results !

Class 10 Science Ch 7 নিয়ন্ত্ৰণ আৰু সমন্বয় PYQ And Additional Question

 HSLC PYQ's

MCQ

1. মস্তিষ্কৰ যি অংশই দেহৰ সমতা আৰু ভংগিমা নিয়ন্ত্ৰণৰ বাবে দায়ী, সেই অংশ হ'ল-

[HSLC' 16, '19]

(a) চেৰিবেলাম

(b) মেডুলা

(c) পন্‌চ

(d) চেৰিব্ৰাম


2. তলৰ কোনবিধ ৰোগ থাইৰক্সিন্ হৰম'ন উপযুক্ত পৰিমাণত ক্ষৰিত নোহোৱাৰ বাবে হয়?

[HSLC '20]

(i) বেৰিবেৰি

(ii) গৰল ৰোগ

(iii) ডায়েবেটিছ

(iv) কটীয়ালগা


3. দুটা নিউৰণৰ মাজৰ খালী ঠাইখিনিক-বোলা হয়।

[HSLC '24]

(a) ডেনড্রাইট

(b) ছাইনেচ

(c) এক্সন

(d) প্ৰেৰণা


4. তলব কোনবিধ উদ্ভিদ হৰম'নে উদ্ভিদৰ কোষ বিভাজনত সহায় কৰে?

[HSLC '24]

(a) ছাইট'কাইনিন

(b) ইষ্ট্র'জেন

(c) থাইৰ'ক্সিন

(d) ইনচুলিন


5. কিছুমান ঐচ্ছিক কার্য যেনে, এডাল চিধা ৰেখাত খোজ কঢ়া, চাইকেল চলোৱা, পেঞ্চিল এডাল ধৰা আদি নিয়ন্ত্রণ কৰা পশ্চাৎ মস্তিষ্কৰ অংশটো হ'ল

[HSLC '24]

(a) চেৰিবেলাম

(b) চেৰিব্ৰাম

(c) পন্‌চ

(d) মেডুলা


6. কোষ বিভাজনত উদ্দীপনা যোগান ধৰা উদ্ভিদৰ সঞ্জীৱনী পদার্থ হ'ল

[HSLC '15]

(a) অক্সিন

b) চাইট 'কাইনিন

(c) এবচাইচিক এচিড

(d) জিবাৰেলিন


7. যি সঞ্জীৱনী পদাৰ্থৰ প্ৰভাৱত গছৰ পাত সৰি পৰে-

[HSLC '17]

(a) অক্সিন

(c) এবচাইচি এচিড

(b) জিবাৰেলিন

'(d) চাইট'কাইনিন


8. তেজত চেনীৰ মাত্রা নিয়ন্ত্ৰণ কৰি থকাত সহায় কৰা অগ্ন্যাশয়ৰ দ্বাৰা উৎপাদিত হৰম'নবিধ হৈছে -

[HSLC '18]

(a) এড্রিনেলিন


(b) থাইৰক্সিন


(c) ইনচুলিন


(d) টেষ্ট'ষ্টেৰন


9. উদ্ভিদত থকা বৃদ্ধিৰোধক হৰম'ন হ'ল


(i) অক্সিন


[HSLC '22]


(ii) জিবাৰেলিন


(iii) চাইট'কাইনিন্


(iv) এচাইচিক এচিড


10. দুটা স্নায়ুকোষৰ মাজৰ শূন্য ঠাইখিনিক বোলা হয়-


(a) ডেনড্রাইট


[HSLC '23]


ছাইনে


(c) এক্সন


(d) স্নায়ুপ্রান্ত


11. তলৰ কোনটো এবিধ উদ্ভিদ হৰম'ন?


(a) ইনচুলিন


(b) থাইৰক্সিন


[HSLC '23]


(c) ইষ্ট্র'জেন


(৫) চাইট কাইনিন


12. খালী ঠাই পূৰণ কৰা:


'দুষমনৰ ক্রিয়া


19


ফিকে পদ্ধতিৰ দ্বাৰা 'ৰ ক্ৰিয়া নিয়ন্ত্রণ হয়।


এकर


[HSLC '23]|


13. দুই ধৰণৰ স্নায়ু প্ৰবৰ্ধৰ নাম লিখা।


ডনড়টি


4HSLC '15] |


14. উদ্ভিদত কেম ট্রপিজিমৰ এটা উদাহৰণ দিয়া।


[HSLC '15]


1


15. সত্য বা অসত্য নিৰ্ণয় কৰা:


কলিফর্ম নামৰ বেক্টেৰিয়াৰ সমষ্টি বিধ মানুহৰ মগজুত পোৱা যায়।


[HSLC '23]


16. হৰম'নৰ পৰিমাণ আৰু নিঃসৃত হোৱাৰ সময় কেনেদৰে নিয়ন্ত্রিত হয়? ফিড-বেক পদ্ধতি।


[HSLC' 16]


17. দুই প্ৰকাৰৰ প্ৰান্তীয় স্নায়ু কি?


[HSLC '17]


18. কোনো এজন ব্যক্তিয়ে যদি আয়ডিনৰ অভাৱগ্ৰস্ত খাদ্য গ্রহণ কৰে তেতিয়া কি হ'ব পাৰে?


[HSLC '23]


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.