1. তলৰ কোনটো এটা অপৰিমেয় সংখ্যা?
2. দুটা পৰিমেয় সংখ্যাৰ মাজত কিমানটা পৰিমেয় সংখ্যা থাকে?
(A) কেৱল এটা
(B) নিৰ্দিষ্ট সংখ্যক
(C) এটাও নাথাকে
(D) অসীম সংখ্যক
3. শূন্য (0) টো কি ধৰণৰ সংখ্যা?
(A) কেৱল স্বাভাৱিক সংখ্যা
(B) পৰিমেয় সংখ্যা
(C) অপৰিমেয় সংখ্যা
(D) ঋণাত্মক সংখ্যা
4. এটা অপৰিমেয় সংখ্যাৰ দশমিক প্ৰসাৰণ কেনেকুৱা হয়?
(A) পৰিসমাপ্ত
(B) অপৰিসমাপ্ত পৌনঃপুনিক
(C) অপৰিসমাপ্ত অপৌনঃপুনিক
(D) শূন্য
(B) পৰিমেয় সংখ্যা
(C) অপৰিমেয় সংখ্যা
(D) ঋণাত্মক সংখ্যা
4. এটা অপৰিমেয় সংখ্যাৰ দশমিক প্ৰসাৰণ কেনেকুৱা হয়?
(A) পৰিসমাপ্ত
(B) অপৰিসমাপ্ত পৌনঃপুনিক
(C) অপৰিসমাপ্ত অপৌনঃপুনিক
(D) শূন্য






