Deepjyoti
August 14, 2024
0
Class 4 Environmental science
CH 6
বায়ু আৰু আমাৰ চৌপাশ
অনুশীলনী
১। উত্তৰ লিখা ---
(ক) বায়ু কি?
উত্তৰঃ বায়ু এবিধ গেছীয় মিশ্ৰ পদাৰ্থ।
(খ) জুই জ্বলাত সহায় কৰা গেছবিধৰ নাম কি?
উত্তৰঃ জুই জ্বলাত সহায় কৰা গেছবিধৰ নাম হ'ল অক্সিজেন।
(গ) উশাহত লোৱা বায়ু কেনে হ'ব লাগে?
উত্তৰঃ উশাহত লোৱা বায়ু বিশুদ্ধ হ'ব লাগে।
(ঘ) বতাহ কাক বোলে?
উত্তৰঃ চলাচল কৰা বায়ুকে বতাহ বোলে।
২।