ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ কোনটো?
NH37
NH10
NH53
NH44 √
2. Male is the capital of
মালে ক'ৰ ৰাজধানী?
মঙ্গোলিয়া/ Mongolia
মোনাকো/ Monaco
মালদ্বীপ/ Maldives √
মৰিচাছ/ Mauritius
3. The first Tea Garden of Assam was established at?
অসমৰ প্ৰথমখন চাহ বাগিছা ক'ত স্থাপন কৰা হৈছিল?
ঢেকিয়াজুলি / Dhekiajuli
চাবুৱা / Chabua √
নামৰূপ / Namrup
গোলাঘাট / Golaghat
4. Tocopherol is the chemical name of which vitamin?
টকোফেৰল কোনটো ভিটামিনৰ ৰাসায়নিক নাম?
Vitamin A
Vitamin B
Vitamin D
Vitamin E √