আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে?
★ মিশ্ৰণঃ দুই বা ততোধিক পদাৰ্থ মিহলি হৈ থকাকে মিশ্ৰণ বোলে।
মিশ্ৰণ দুই প্ৰকাৰৰ— (i) সমসত্ব মিশ্ৰণ,
(ii) অসমসত্ব মিশ্ৰণ।
★ সমসত্ব মিশ্ৰণঃ যিবোৰ মিশ্ৰণৰ সকলো অংশতে সংযুতি একে তেনে মিশ্ৰণকে সমসত্ব মিশ্ৰণ বোলে। যেনে- চেনিপানী।
★ অসমসত্ব মিশ্ৰণঃ যিবোৰ মিশ্ৰণৰ সকলো অংশতে সংযুতি বেলেগ বেলেগ তেনে মিশ্ৰণকে অসমসত্ব মিশ্ৰণ বোলে। যেনে- বালি আৰু পানীৰ মিশ্ৰণ।
★ দ্ৰৱ বা দ্ৰৱণঃ দুই বা ততোধিক পদাৰ্থৰ সমসত্ব মিশ্ৰণকে দ্ৰৱ বা দ্ৰৱণ বোলে।
দ্ৰৱণৰ দুটা উপাদান থাকে— দ্ৰাৱক(Solvent) আৰু দ্ৰাৱ্য(Solute)।
দ্ৰৱণটোৰ যিটো উপাদানে আন উপাদানক দ্ৰৱীভূত কৰে তাক দ্ৰাৱক আৰু
দ্ৰৱণ দুই প্ৰকাৰৰ— (i) সংপৃক্ত দ্ৰৱণ, আৰু
(ii) অসংপৃক্ত দ্ৰৱণ।
★ সংপৃক্ত দ্ৰৱণঃ
★ অসংপৃক্ত দ্ৰৱণঃ