Type Here to Get Search Results !

Class 10 Science Ch 6 জীৱন প্ৰক্ৰিয়া Notes in Assamese

 জীৱন প্ৰক্ৰিয়া





❑ জীৱন প্ৰক্ৰিয়াঃ জীৱৰ জীৱন বৰ্তি থাকিবলৈ যিবোৰ কাৰ্য অব্যাহত থাকিব লাগে, সেইবোৰ কাৰ্যক একেলগে জীৱন প্ৰক্ৰিয়া বোলে।

জীৱন প্ৰক্ৰিয়াসমূহ-

(i) পৰিপুষ্টি

(ii) শ্বসন

(iii) পৰিবহন

(iv) ৰেচন

❑ পৰিপুষ্টিঃ জীৱ দেহৰ বাহিৰৰ শক্তিৰ উৎস(আহাৰ)ৰ পৰা জীৱ দেহৰ ভিতৰলৈ শক্তি স্থানান্তৰণৰ প্ৰক্ৰিয়াটোকে পৰিপুষ্টি বোলে।

❑ শ্বসনঃ জীৱই বহিঃ পৰিৱেশৰ পৰা লাগতিয়াল অক্সিজেন আহৰণ কৰি আহাৰবিলাকৰ পৰিৱৰ্তন ঘটাই কোষৰ ব্যৱহাৰোপযোগী কৰি তোলা প্ৰক্ৰিয়াটোকে শ্বসন বোলে।

❑ মানুহৰ পৰিপুষ্টি

আমি গ্ৰহন কৰা জটিল আহাৰ সৰল অৱস্থালৈ পৰিৱৰ্তন ঘটাবলৈ প্ৰয়োজন হোৱা জৈৱ অনুঘটকবোৰকে উৎসেচক(Enzyme)বোলে

লালটিত থকা এবিধ উৎসেচক হ'ল লালটি এমাইলেজ।











Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.