Type Here to Get Search Results !

Class 10 Science Physics Ch 13 Question Bank

PYQ

1. প্রবাহযুক্ত দীঘল চ'লেনয়ড এটাৰ ভিতৰত চৌম্বক ক্ষেত্ৰ

[HSLC '15]

(a) ইয়াৰ প্ৰান্তৰ ফালে ক্রমে বাঢ়ি যায়।

(b) ইয়াৰ প্ৰান্তৰ ফালে ক্রমে কমি যায়।

(c) শূণ্য হয়।

(d) সকলো বিন্দুতে একে থাকে।


2. চ'লেনইডৰ কুণ্ডলীত বৈদ্যুতিক প্রবাহ প্রবাহীত হলে, চৌম্বক। ক্ষেত্র-

[HSLC '23]

(a) প্রবাহীত প্রবাহৰ দিশত বাঢ়িব

(b) প্রবাহীত প্রবাহৰ দিশত কমিব

(c) সকলো সময়ত একেই থাকিব

(d) শূন্য হব


(iii) বিদ্যুৎ পৰিবাহী তাঁৰ এডালৰ লগত সম্বন্ধিত চৌম্বক ক্ষেত্রখন তলত দিয়া কোনটো নক্সাই সঠিক নিৰূপণ কৰিব?

[HSLC '24]


তলৰ কোনটোৱে এডাল পোন, দীঘল পৰিবাহী তাঁৰৰ । ওচৰৰ চৌম্বক ক্ষেত্র শুদ্ধভাবে বর্ণনা কৰে?

[HSLC '24]

(a) ক্ষেত্ৰখন তাঁৰডালৰ লম্ব সৰলৰেখাৰে গঠিত।

(b) ক্ষেত্ৰখন তাঁৰডালৰ সমান্তৰাল সৰলৰেখাৰে গঠিত।

(c) ক্ষেত্ৰখন তাঁৰডালৰ কেন্দ্ৰত থকা এককেন্দ্রিক বৃত্তৰে গঠিত।

(d) ক্ষেত্ৰখন তাঁৰডালৰ পৰা ওলোৱা কিছুমান পৰিধিমুখী ৰেখাৰে গঠিত।



চিত্ৰত দেখুওৱাৰ দৰে, এটা ইলেকট্রন এখন চৌম্বক ক্ষেত্ৰত তাৰ লম্বভাবে সোমাইছে। ইলেকট্ৰনৰ ওপৰত | ক্ৰিয়া কৰা বলৰ দিশ হ'ব

[HSLC '24]

(a) সোঁফাললৈ

(b) বাওঁফাললৈ

(c) পৃষ্ঠাৰ বাহিৰলৈ

(d) পৃষ্ঠাৰ ভিতৰলৈ


1. খালী ঠাই পূৰণ কৰা:


(i) বৈদ্যুতিক জেনেৰেটত শক্তিৰ পৰা শক্তিলৈ ৰূপান্তৰ হয়।

[HSLC '23]

2. কুণ্ডলী এটাত আবিষ্ট বিদ্যুৎ প্রবাহৰ দিশ-জানিবলৈ ব্যৱহৃত নিয়মটো উল্লেখ কৰা।

[HSLC '16]

3. বৃত্তাকাৰ কুণ্ডলীৰ মাজেদি প্রবাহ চালিত হ'লে সৃষ্টি হোৱা চুম্বকীয় বলৰেখাবোৰ অংকন কৰা।

[HSLC '16]

4. বিদ্যুৎচুম্বকীয় আৱেশ কি?

[HSLC '17]

5. পৰিবৰ্তী প্ৰৱাহ জেনেৰেটৰ আৰু প্ৰত্যক্ষ প্ৰৱাহ জেনেৰটেৰৰ মাজৰ মূল পার্থক্য লিখা।

[HSLC '17] |

6. চলমান চুম্বকৰ দ্বাৰা বৰ্তনীত বৈদ্যুতিক প্রবাহ সৃষ্টি হোৱাটো কোনে প্রথমে আৱিষ্কাৰ কৰিছিল?

[HSLC '23]

B. চমু প্রশ্নাবলী

মূল্যাংক: 2/3 

1. বৈদ্যুতিক জেনেৰেটৰ আৰু বৈদ্যুতিক মটৰৰ মাজৰ পাৰ্থক্য কি আছে? (i) বৈদ্যুতিক জেনেৰেটৰত ব্ৰাচ বিং আৰু (ii)  বৈদ্যুতিক মটৰত স্লিপ ৰিং-ৰ কাৰ্য্য কি?

2.


[HSLC '15] |

পৰীক্ষা এটাৰ সহায়ত বিদ্যুৎ চুম্বকীয় আৱেশৰ পৰিঘটনা।

বুজাই লিখা 3. এটা চিহ্নিত চিত্ৰৰ সহায়ত বৈদ্যুতিক জেনেৰেটৰৰ নীতি। ব্যাখ্যা কৰা।

[HSLC '15]!


[HSLC '16, '20]

4. চ'লেনইডে কেনেদৰে চুম্বকৰ দৰে আচৰণ কৰে? চিত্ৰৰ । সহায়ত ব্যাখ্যা কৰা।

[HSLC '17] |


5. বৈদ্যুতিক মটৰৰ মূল নীতিটো উল্লেখ কৰা। বৈদ্যুতিক মটৰত | ফলা আঙঠিৰ কাম কি?

[HSLC '18] |


6. ঘৰুৱা বৈদ্যুতিক বর্তনীত অত্যধিক বোজাৰ পৰা ৰক্ষা। কৰিবলৈ লোৱা দুটা সাৱধানতা লিখা।

[HSLC '18]!


7. এটা বৈদ্যুতিক মটৰৰ কাৰ্যপ্রণালী ব্যাখ্যা কৰা।

[HSLC '19]!


8. চ'লেনইডে কেনেদৰে চুম্বকৰ দৰে আচৰণ কৰে, বুজাই। লিখা। চৌম্বক ক্ষেত্রত স্থাপন কৰা প্ৰৱাহযুক্ত পৰিবাহী এডালে অনুভৱ কৰা বল কেতিয়া সর্বোচ্চ হয়? 

[HSLC '19]


9. বৈদ্যুতিক মটৰত ফলা আঙুঠিৰ ভূমিকা কি?

 [HSLC '20]

10. দুডাল চৌম্বক বলৰেখাই কিয় পৰম্পৰ কটাকটি নকৰে?।

[HSLC '22]

11. দুডাল বৃত্তাকাৰ কুণ্ডলী A আৰু B পৰস্পৰ ওচৰা-ওচৰিকৈ। ৰখা হৈছে। A কুণ্ডলীত প্ৰৱাহ পৰিৱৰ্তন হ'লে B কুণ্ডলীত। প্রৱাহ আৱিষ্ট হ'বনে? কাৰণ দর্শোৱা।

 [HSLC '22]

12. এটা ইলেক্ট্রনে এখন চুম্বক ক্ষেত্রত চিত্রত দেখুওৱাৰ দৰে | লম্বভাৱে প্ৰৱেশ কৰিছে। ইলেক্ট্রনটোৰ ওপৰত ক্ৰিয়া কৰা | বলৰ দিশ কি হ'ব? উত্তৰৰ যথার্থতা নিৰ্ণয় কৰা। |

[HSLC '22]




Additional 










Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.