কাৰ্য আৰু শক্তি
1. কেতিয়া আমি কার্য সম্পাদন হােৱা বুলি কওঁ?
2. বস্তু এটাৰ সৰণৰ দিশত প্ৰয়োগ হোৱা বলৰ দ্বাৰা সম্পাদিত কাৰ্যৰ প্ৰকাশ–ৰাশি লিখা।
3. 1 J কার্যৰ সংজ্ঞা দিয়া।
4. এহাল বলদে নাঙলত 1N বল প্রয়োগ কৰে। হালবােৱা পথাৰখন 15 m দীঘল। পথাৰত হাল বাওঁতে কিমান কার্য কৰা হ’ল উলিওৱা।
1. বস্তু এটাৰ গতিশক্তি বুলিলে কি বুজা?
2. বস্তু এটাৰ গতিশক্তিৰ প্ৰকাশ ৰাশি লিখা।
3. 5 ms-1 বেগেৰে গতিশীল m ভৰৰ বস্তু এটাৰ গতিশক্তি 25J ৷ ইয়াৰ বেগ দুগুণ কৰিলে গতিশক্তি কিমান হ’ব? বেগ তিনি গুণলৈ বৃদ্ধি কৰিলে গতিশক্তি কিমান হ’ব?