Deepjyoti
April 29, 2023
0
প্ৰশ্নাৱলী- 1 (Page No- 200)
1. এটা বৈদ্যুতিক বৰ্তনী বুলিলে কি বুজা?
উত্তৰঃ বিদ্যুত প্ৰবাহৰ নিৰবিচ্ছিন্ন আৰু বন্ধ পথ এটাকে বৈদ্যুতিক বৰ্তনী বোলে
2. প্ৰবাহৰ এককৰ সংজ্ঞা দিয়া।
উত্তৰঃ প্ৰবাহৰ SI একক এম্পিয়াৰ।
কোনো প্ৰস্থচ্ছেদৰ পৰিবাহীৰ মাজেৰে এক ছেকেণ্ডত এক কুলম্ব(C) আধানৰ প্ৰবাহক এক এম্পিয়াৰ(A) বোলে।
অৰ্থাৎ
3. এক কুলম্ব আধান হ'বলৈ প্ৰয়োজন হোৱা ইলেকট্ৰনৰ সংখ্যা গণনা কৰা।
উত্তৰঃ
প্ৰশ্নাৱলী- 2 (Page No 202)
1. পৰিবাহীত বিভৱভেদ বৰ্তাই ৰখা সঁজুলি এটাৰ নাম লিখা।
Ans: কোষৰ সমষ্টি বা বেটেৰী।
2.
Ans: প্ৰবাহযুক্ত পৰিবাহী এডালৰ এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ 1C আধান চালিত কৰিবলৈ 1J কাৰ্য কৰিব লগা হয়, তেন্তে বিন্দু দুটাৰ মাজৰ বিভৱভেদক 1V বোলে।
3. 6V বেটেৰী এটাৰ মাজেৰে চালিত হওঁতে প্ৰতি কুলম্ব আধানক কিমান শক্তি দিয়া হয়?
প্ৰশ্নাৱলী-3 (Page No-209)
1. পৰিবাহীৰ ৰোধ কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে?
Ans: