Class 10 Science
বিদ্যুৎ
প্ৰশ্নাৱলী
Page No 200
1. এটা বৈদ্যুতিক বৰ্তনী বুলিলে কি বুজা?
উত্তৰঃ বিদ্যুত প্ৰবাহৰ নিৰবিচ্ছিন্ন আৰু বন্ধ পথ এটাকে বৈদ্যুতিক বৰ্তনী বোলে
2. প্ৰবাহৰ এককৰ সংজ্ঞা দিয়া।
উত্তৰঃ কোনো প্ৰস্থচ্ছেদৰ পৰিবাহীৰ মাজেৰে এক ছেকেণ্ডত এক কুলম্ব(C) আধানৰ প্ৰবাহক এক এম্পিয়াৰ(A) বোলে।
3. এক কুলম্ব আধান হ'বলৈ প্ৰয়োজন হোৱা ইলেকট্ৰনৰ সংখ্যা গণনা কৰা।
উত্তৰঃ
Page No 202
1. পৰিবাহীত বিভৱভেদ বৰ্তাই ৰখা সঁজুলি এটাৰ নাম লিখা।
2.
3.
Page No