Type Here to Get Search Results !

Charaideo Academy Online Tuition 2026-27

 সমূহ ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকক চৰাইদেউ একাডেমীলৈ স্বাগতম জনাইছো।

চৰাইদেউ একাডেমী হৈছে এনে এক শিক্ষানুষ্ঠান য’ত বিশেষকৈ Class 9, 10 আৰু Higher Secondaryৰ ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰা হয় Online আৰু Offline দুয়োটা মাধ্যমতে।


       2026–27 শিক্ষাবৰ্ষৰ বাবে বিশেষ ঘোষণা-

       এইবাৰ চৰাইদেউ একাডেমীয়ে লৈ আহিছে অতি কম মূল্যতে Maths আৰু Science ৰ Online Batch.


প্ৰতিটো Courseতে থাকিব 

i) Clear Concept Explanation

ii) Textual Question Answer

iii) Textual Examples

iv) Activity Based Question Answer

v) Additional CBSE Pattern Question Answer 

vi) All types of MCQ Discussion

vii) PYQ অৰ্থাৎ Previous Year Question Paper Solve

viii) CBQ অৰ্থাৎ Competancy Based Question Solve

ix) Practice Papers & Regular tests ,

 তদুপৰি প্ৰয়োজন সাপেক্ষে ফোনকল বা WhatsApp Call Facility 


এতিয়া জানি লওক Feesৰ বিষয়ে-

Class 9 আৰু 10 ৰ এটা Subject , Maths বা Scienceৰ Course Fees মাত্ৰ 1199 টকা

দুয়োটা Subject লোৱাসকলে পাব বিশেষ Discount মাত্ৰ 1999 টকাতে।

Higher Secondary 1st Year আৰু 2nd Year Year ৰ বাবে কেৱল Maths Course মাত্ৰ 1999 টকাত।


        কিন্ত প্ৰথম 25 Studentsৰ বাবে সকলোতে থাকিব 50% Discount. 

        মানে 1199 সলনি 599 টকা আৰু 1999 ৰ সলনি মাত্ৰ 999 টকা।


অধিক জানিবৰ বাবে যোগাযোগ কৰক 

9401870977 নম্বৰত

নাইবা Instagram handle @CharaideoAcademy 

আৰু YouTube Channel 

Charaideo Academy 


Admission ৰ বাবে YouTube Video ৰ Description ত লিংকত ক্লিক কৰি পোৱা Google Form খন Fill Up কৰিলেই হব।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.