Class 9 Science
Ch 1
আমাৰ চাৰিওকাষৰ বস্তুবোৰ
❑ পদাৰ্থৰ ভৌতিক অৱস্থা তিনিটা
(i) গোটা
(ii)জুলীয়া
(iii)গেছীয়
❑ পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্যঃ
(i)পদাক্থৰ কণিকাবোৰৰ মাজত ব্যৱধান আছে।
(ii)পদাৰ্থৰ কণিকাবোৰ অনবৰতে গতি কৰি থাকে।
(iii)পদাৰ্থৰ কণিকাবোৰৰ মাজত আকৰ্ষণ বল আছে।
❑ গোটা বা কঠিন পদাৰ্থৰ ধৰ্মঃ