Type Here to Get Search Results !

Popular Posts

Class 8 Social Science Geography Ch 1 প্ৰাকৃতিক সম্পদ

 প্ৰাকৃতিক সম্পদ 

পাঠভিত্তিক প্ৰশ্নোত্তৰ 

১। চমু উত্তৰ লিখা


(ক) মাটিৰ চাহিদা দিনক দিনে বৃদ্ধি পাই অহাৰ যিকোনো দুটা কাৰণ উল্লেখ কৰা।

উত্তৰঃ ক) জনসংখ্যা বৃদ্ধি (বাসস্থান সাজিবলৈ, কৃষিকাৰ্য কৰিবলৈ)

             খ) অৰ্থনৈতিক প্ৰতিযোগিতা (ব্যৱসায় বাণিজ্য,উদ্যোগ আদি নিৰ্মাণ )

(খ) কোনো এঠাইত জন বসতি ঘন হোৱাৰ কাৰণ কি বুলি ভাবা? (দুটা কাৰণ লিখা)











অতিৰিক্ত প্ৰশ্নোত্তৰ 

1. প্ৰাকৃতিক সম্পদ কাক বোলে?

উত্তৰঃ মানুহৰ কামত অহা প্ৰকৃতিৰ সকলো উপাদানকেই প্ৰাকৃতিক সম্পদ বোলে।


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.