Deepjyoti
November 27, 2023
0
আহোমসকল
প্ৰশ্নাৱলী
১। আহোমসকল আদিতে কোন জাতিৰ লোক আছিল?
উত্তৰঃ আহোমসকল আদিতে টাই জাতিৰ লোক আছিল।
২। আহোমসকলৰ আদি বাসস্থান ক'ত আছিল?
উত্তৰঃ আহোমসকলৰ আদি বাসস্থান চীন দেশৰ দক্ষিণ-পশ্চিম অঞ্চল, বৰ্তমানৰ ইউনাম প্ৰদেশৰ মুংমাও ৰাজ্যত আছিল।