Deepjyoti
June 15, 2025
0
1. The image formed by a plane mirror is always –
সমতল দাপোনে গঠন কৰা প্ৰতিবিম্ব সদায় —
(a) Real and inverted
সৎ আৰু ওলোটা
(b) Virtual and inverted
অসৎ আৰু ওলোটা
(c) Virtual and erect
অসৎ আৰু থিয়
(d) Real and erect
সৎ আৰু থিয়
✅ Answer:- (c) Virtual and erect / অসৎ আৰু থিয়
অৱতল দাপোণৰ সন্মুখত ক'ত লক্ষ্যবস্তু ৰাখিলে, প্ৰতিবিম্ব সৎ আৰু ওলোটাকৈ গঠিত হয় —
(a) Between pole and focus
মেৰু আৰু ফ'কাছ বিন্দুৰ মাজত
(b) Between focus and centre of curvature
ফ'কাছ আৰু ভাঁজকেন্দ্ৰৰ মাজত
(c) At the centre of curvature
ভাঁদকেন্দ্ৰত
(d) Beyond the centre of curvature
ভাঁজকেন্দ্ৰৰ বাহিৰত
✅ Answer : (b) Between focus and centre of curvature / ফ'কাছ আৰু ভাঁজকেন্দ্ৰৰ মাজত
ছ'লাৰ কুকাৰত ব্যৱহাৰ কৰা দাপোণ হৈছে —
(a) Convex mirror / উত্তল দাপোণ
(b) Plane mirror / সমতল দাপোণ
(c) Concave mirror / অৱতল দাপোণ
(d) None of these / এটাও নহয়
✅ Answer : (c) Concave mirror / অৱতল দাপোণ
প্ৰতিসৰণাংকৰ একক হৈছে —
(a) m/s
(b) cm²
(c) No unit / কোনো একক নাই
(d) Diopter
✅ Answer : (c) No unit / কোনো একক নাই
যেতিয়া পোহৰে বায়ুৰ পৰা কাঁচলৈ যায়, তেতিয়া ইয়াৰ —
(a) Speeds up / দ্ৰুতি বাঢ়ে
(b) Slows down / দ্ৰুতি কমে
(c) Does not change speed / দ্ৰুতি সলনি নহয়
(d) Stops completely / ৰৈ যাব
✅ Answer : (b) Slows down / দ্ৰুতি কমে
পোহৰৰ গতি আটাইতকৈ বেছি হয় —
(a) Water / পানীত
(b) Air / বায়ুত
(c) Vacuum / শূন্যত
(d) Glass / কাঁচত
✅ Answer : (c) Vacuum / শূন্যত
সমতল দাপোণৰ ফ'কাছ দৈৰ্ঘ্য কিমান?
(a) Zero / শূন্য
(b) Infinity / অসীম
(c) One / এক
(d) Depends on object distance / লক্ষ্যবস্তুৰ দূৰত্বৰ ওপৰত নিৰ্ভৰ কৰে
✅ Answer : (b) Infinity / অসীম
অৱতল দাপোণৰ ভাঁজকেন্দ্ৰৰ বাহিৰত থকা লক্ষ্যবস্তুৰ প্ৰতিবিম্বৰ প্ৰকৃতি
(a) Real, inverted, smaller
সৎ, ওলোটা, সংকুচিত
(b) Virtual, erect, magnified
অসৎ, থিয়, বিবৰ্ধিত
(c) Real, erect, same size
সৎ, থিয়, একে আকাৰৰ
(d) Virtual, inverted, smaller
অসৎ, ওলোটা, সংকুচিত
✅ Answer : (a) Real, inverted, smaller / সৎ ওলোটা, সংকুচিত
অৱতল দাপোণৰ মূখ্য অক্ষৰ সমান্তৰাল পোহৰ ৰশ্মি প্ৰতিফলনৰ পাছত পাৰ হৈ যায়
(a) Centre of curvature / ভাঁজকেন্দ্ৰৰ মাজেৰে
(b) Pole / মেৰুৰ মাজেৰে
(c) Focus / ফ'কাছৰ মাজেৰে
(d) Principal axis / প্ৰধান অক্ষৰ মাজেৰে
✅ Answer : (c) Focus / ফ'কাছৰ মাজেৰে
2 নং মাধ্যম সাৰেক্ষে 1নং মাধ্যমৰ প্ৰতিসৰণাংকক প্ৰকাশ কৰা হয়?
(a) n₂ / n₁
(b) n₁ / n₂
(c) 1 / (n₁ × n₂)
(d) n₁ × n₂
✅ Answer : (b) n₁ / n₂
কোন ক্ষেত্ৰত পোহৰ ৰশ্মি আটাইতকৈ বেছি বেকা হয়?
(a) Air to water / বায়ুৰ পৰা পানী
(b) Air to vacuum / বায়ুৰ পৰা শূন্য
(c) Air to glass / বায়ুৰ পৰা কাঁচ
(d) Water to air / পানীৰ পৰা বায়ু
✅ Answer : (c) Air to glass / বায়ুৰ পৰা কাঁচ
আপতিত ৰশ্মি আৰু প্ৰতিফলিত ৰশ্মিৰ মাজৰ কোণ —
(a) 0°
(b) Equal to angle of incidence
আপতন কোণৰ সমান
(c) Twice the angle of incidence
আপতন কোণৰ দুগুণ
(d) 90°
✅ Answer : (c) Twice the angle of incidence / আপতন কোণৰ দুগুণ
যানবাহনৰ পাছলৈ চোৱা দাপোণ হিচাপে ব্যৱহাৰ কৰা হয়
(a) Concave mirror / অৱতল দাপোণ
(b) Plane mirror / সমতল দাপোণ
(c) Convex mirror / উত্তল দাপোণ
(d) None of these / এটাও নহয়
✅ Answer : (c) Convex mirror / উত্তল দাপোণ
পানীত এডাল পেঞ্চিল বেকা দেখাৰ কাৰণ কি?
(a) Reflection / প্ৰতিফলন
(b) Refraction / প্ৰতিসৰণ
(c) Dispersion / বিকিৰণ
(d) Scattering / বিচ্ছুৰণ
✅ Answer : (b) Refraction / প্ৰতিসৰণ
পোহৰ ঘনতৰ মাধ্যমৰ পৰা লঘুতৰ মাধ্যমলৈ প্ৰৱেশ কৰিলে–
(a) Bends away from the normal / লম্বৰ পৰা আঁতৰে
(b) Bends towards the normal / লম্বৰ কাষলৈ চাপে
(c) Goes undeviated / কোনো বিচ্যুতি নহয়
(d) Reflects back / ঘূৰি আহে
✅ Answer : (a) Bends away from the normal / লম্বৰ পৰা আঁতৰে