pৰ কি মানৰ বাবে তলত দিয়া সমীকৰণযোৰৰ অদ্বিতীয় সমাধান আছে?
[HSLC 2015]
3
4x+py+8=0
2x+2y+2=0
2016
2017
1. তলৰ ৰৈখিক সমীকৰণৰ যোৰকেইটা বিবেচনা কৰা:
[HSLC 19]
(i) 3x + 2y = 5 ; 2x + 3y = 5
(ii) 2x - 3y = 7 ; 2x - 3y = 8
শুদ্ধ বিকল্পটো বাছি উলিওৱা।
(a) (i) আৰু (ii) ৰ যোৰকেইযোৰ সংগত।
(b) (i) আৰু (ii) ৰ যোৰকেইযোৰ অসংগত।
(c) (i) ৰ যোৰটো অসংগত, কিন্তু (ii) ৰ যোৰটো সংগত।
(d) (i) ৰ যোৰটো সংগত, কিন্তু (ii) ৰ যোৰটো অসংগত।
Ans: (d) (i) ৰ যোৰটো সংগত, কিন্তু (ii) ৰ যোৰটো অসংগত।
2. তলৰ ৰৈখিক সমীকৰণৰ যোৰকেইটা বিবেচনা কৰাঃ
[HSLC'20]
(i) 2x - 3y = 8, 4x - 6y = 9
(ii) 2x + 3y - 9 = 0, 4x + 6y - 18 = 0
শুদ্ধ বিকল্পটো বাছি উলিওৱা:
(a) (i) যোৰটোৰ সমাধান নাই, কিন্তু (ii) যোৰটোৰ অদ্বিতীয় সমাধান আছে।
(b) (i) যোৰটোৰ অসীম সংখ্যক সমাধান আছে, কিন্তু (ii) যোৰটোৰ সমাধান নাই।
(c) (i) আৰু (ii) দুয়োটা যোৰৰেই সমাধান নাই।
(d) (i) যোৰটোৰ সমাধান নাই, কিন্তু (ii) যোৰটোৰ অসীম সংখ্যক সমাধান আছে।
Ans: (d) (i) যোৰটোৰ সমাধান নাই, কিন্তু (ii) যোৰটোৰ অসীম সংখ্যক সমাধান আছে।
3. তলৰ ৰৈখিক সমীকৰণৰ যোৰকেইটা বিবেচনা কৰাঁ:
(i) 3x + 2y = 5 ; 2x + 3y = 5
(ii) 4x - 3y = 9 ; 4x - 3y = 8
[HSLC'22]
শুদ্ধ বিকল্পটো বাছি উলিওৱাঁ।
(a) (i) আৰু (ii) ৰ যোৰ কেইযোৰ সংগত
(b) (i) আৰু (ii) ৰ যোৰ কেইযোৰ অসংগত
(c) (ⅰ) অৰ যোৰটো অসংগত, কিন্তু (ii) ৰ যোৰটো সংগত
(d) (i) অৰ যোৰটো সংগত, কিন্তু (ii) ৰ যোৰটো অসংগত
Ans:
4. ax + by + c = 0 সৰল ৰেখাটো মূলবিন্দুৰ মাজেৰে যোৱা চৰ্তটো হ'ল-
[HSLC '23]
(a) a = 0
(b) b = 0
(c) c = 0
(d) c≠0
Ans:
5.