1. Which of the following is a chemical reaction?
তলৰ কোনটো ৰাসায়নিক বিক্ৰিয়া?
A) Melting of ice / বৰফ গলা
B) Cutting of paper / কাগজ কটা
C) Rusting of iron / লোত মামৰ ধৰা
D) Boiling of water / পানী উতলোৱা
Answer: C
2. What is formed when magnesium burns in oxygen?
মেগনেছিয়াম অক্সিজেনত জ্বলিলে কি উৎপন্ন হয়?
A) MgO
B) MgCl₂
C) MgCO₃
D) MgSO₄
Answer: A
3. The reaction in which two or more substances combine to form a single product is called:
দুটা বা ততোধিক পদাৰ্থ লগ লাগি এটা বিক্ৰিয়াজাত পদাৰ্থ গঠন কৰা বিক্ৰিয়াক কি বোলে?
A) Decomposition / বিযোজন
B) Combination / সংযোজন
C) Displacement / অপসাৰণ
D) Double displacement / দ্বি-অপসৎৰণ
Answer: B
4. Which gas is released when zinc reacts with dilute hydrochloric acid?
জিংকে লঘু হাইড্ৰ’ক্ল’ৰিক এচিডৰ সৈতে বিক্ৰিয়া কৰিলে কি গেছ উৎপন্ন হয়?
A) Oxygen / অক্সিজেন
B) Nitrogen / নাইট্ৰ’জেন
C) Hydrogen / হাইড্ৰ’জেন
D) Carbon dioxide / কাৰ্বন ডাইঅক্সাইড
Answer: C
5. The chemical formula of quicklime is:
পোৰাচুণৰ ৰাসায়নিক সংকেত হ’ল—
A) CaCO₃
B) CaO
C) Ca(OH)₂
D) CaCl₂
Answer: B
6. Which type of reaction is represented by: CaCO₃ → CaO + CO₂?
CaCO₃ → CaO + CO₂ সমীকৰণটো কোন প্ৰকাৰৰ বিক্ৰিয়া ?
A) Combination / সংযোজন
B) Displacement / অপসৰণ
C) Decomposition / বিযোজন
D) Neutralisation / প্ৰশমন
Answer: C
7. Oxidation involves:
জাৰণত কি ঘটে?
A) Addition of oxygen / অক্সিজেন যোগ হয়
B) Removal of oxygen / অক্সিজেন হেৰুৱাই
C) Addition of water only / কেৱল পানী যোগ হয়
D) Removal of nitrogen / নাইট্ৰ’জেন হেৰুৱাই
Answer: A
8. Which substance is responsible for the green coating on copper?
তামৰ ওপৰত সেউজীয়া আৱৰণ সৃষ্টি হোৱাৰ বাবে কোনটো পদাৰ্থ দায়ী?
A) Copper oxide / ক’পাৰ অক্সাইড
B) Basic copper carbonate / ক্ষাৰকীয় ক’পাৰ কাৰ্বনেট
C) Copper chloride / ক’পাৰ ক্ল’ৰাইড
D) Copper sulphate / ক’পাৰ ছালফেট
Answer: B
9. A balanced chemical equation obeys the law of:
সন্তুলিত ৰাসায়নিক সমীকৰণে কোনটো নিয়ম মানি চলে?
A) Conservation of mass / ভৰৰ সংৰক্ষণৰ নীতি
B) Conservation of energy only / কেৱল শক্তিৰ সংৰক্ষণ
C) Gravitation / মহাকৰ্ষণ
D) Reflection / প্ৰতিফলন
Answer: A
10. Which of the following is an example of a displacement reaction?
তলৰ কোনটো অপসাৰণ বিক্ৰিয়াৰ উদাহৰণ?
A) CaO + H₂O → Ca(OH)₂
B) Zn + CuSO₄ → ZnSO₄ + Cu
C) 2H₂O → 2H₂ + O₂
D) AgNO₃ + NaCl → AgCl + NaNO₃
Answer: B
11. Which of the following is a combination reaction?
তলৰ কোনটো সংযোজন বিক্ৰিয়াৰ উদাহৰণ?
A) CaO + H₂O → Ca(OH)₂
B) Zn + H₂SO₄ → ZnSO₄ + H₂
C) CaCO₃ → CaO + CO₂
D) AgNO₃ + NaCl → AgCl + NaNO₃
Answer: A
12. Which gas is evolved when an acid reacts with a metal?
এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে কি গেছ নিৰ্গত হয়?
A) Oxygen / অক্সিজেন
B) Hydrogen / হাইড্ৰ’জেন
C) Carbon dioxide / কাৰ্বন ডাইঅক্সাইড
D) Nitrogen / নাইট্ৰ’জেন
Answer: B
13. What is the colour of copper sulphate solution?
কপাৰ ছালফেট দ্ৰৱৰ ৰং কি?
A) Green / সেউজীয়া
B) Blue / নীলা
C) Yellow / হালধীয়া
D) White / বগা
Answer: B
14. What happens when an iron nail is placed in copper sulphate solution?
কপাৰ ছালফেট দ্ৰৱত লোৰ গজাল থ’লে কি হয়?
A) No reaction occurs / কোনো বিক্ৰিয়া নহয়
B) Copper is displaced / তাম অপসাৰিত হয়
C) Iron is displaced / লো প্ৰতিস্থাপিত হয়
D) Hydrogen is released / হাইড্ৰ’জেন নিৰ্গত হয়
Answer: B
15. The reaction between sodium sulphate and barium chloride is an example of:
ছ’ডিয়াম ছালফেট আৰু বেৰিয়াম ক্ল’ৰাইডৰ মাজৰ বিক্ৰিয়া কোন প্ৰকাৰৰ?
A) Combination / সংযোজন
B) Decomposition / বিয়োজন
C) Double displacement / দ্বি-অপসাৰণ
D) Displacement / অপসাৰণ
Answer: C
16. The white precipitate formed in the reaction of BaCl₂ and Na₂SO₄ is:
BaCl₂ আৰু Na₂SO₄ ৰ বিক্ৰিয়াত সৃষ্টি হোৱা বগা অধঃক্ষেপটো হ’ল—
A) BaSO₄
B) NaCl
C) BaCl₂
D) Na₂SO₄
Answer: A
17. Rancidity is caused mainly due to:
খাদ্যত ৰেনচিডিটি (দুৰ্গন্ধিতা) মূলতঃ কিহৰ বাবে হয়?
A) Reduction / বিজাৰণ
B) Oxidation / জাৰণ
C) Neutralisation / প্ৰশমন
D) Decomposition / বিযোজন
Answer: B
18. Which gas is generally filled in food packets to prevent rancidity?
খাদ্যৰ পেকেটত ৰেনচিডিটি ৰোধ কৰিবলৈ সাধাৰণতে কোনটো গেছ ভৰোৱা হয়?
A) Oxygen / অক্সিজেন
B) Nitrogen / নাইট্ৰ’জেন
C) Hydrogen / হাইড্ৰ’জেন
D) Carbon dioxide / কাৰ্বন ডাইঅক্সাইড
Answer: B
19. A reaction in which heat is released is called:
যি বিক্ৰিয়াত তাপ নিৰ্গত হয়, তাক কি বোলে?
A) Endothermic reaction / তাপগ্ৰাহী বিক্ৰিয়া
B) Exothermic reaction / তাপবৰ্জী বিক্ৰিয়া
C) Displacement reaction / প্ৰতিস্থাপন বিক্ৰিয়া
D) Decomposition reaction / বিযোজন বিক্ৰিয়া
Answer: B
20. Respiration is an example of:
শ্বসন কোন প্ৰকাৰৰ বিক্ৰিয়াৰ উদাহৰণ?
A) Endothermic reaction / তাপগ্ৰাহী বিক্ৰিয়া
B) Exothermic reaction / তাপবৰ্জী বিক্ৰিয়া
C) Displacement reaction / অপসৰণ বিক্ৰিয়া
D) Double displacement reaction / দ্বি-অপসৰণ বিক্ৰিয়া
Answer: B
21. Which of the following is a decomposition reaction?
তলৰ কোনটো বিযোজন বিক্ৰিয়া?
A) 2H₂ + O₂ → 2H₂O
B) Zn + CuSO₄ → ZnSO₄ + Cu
C) 2AgCl → 2Ag + Cl₂
D) NaOH + HCl → NaCl + H₂O
Answer: C
22. Silver chloride turns grey in sunlight because it:
সূৰ্যৰ পোহৰত ছিলভাৰ ক্ল’ৰাইড মটীয়া ৰঙৰ হয় কাৰণ ই—
A) Melts / গলি যায়
B) Decomposes / বিযোজিত হয়
C) Evaporates / বাষ্পীভূত হয়
D) Dissolves / দ্ৰৱীভূত হয়
Answer: B
23. Which of the following is an oxidation reaction?
তলৰ কোনটো জাৰণ বিক্ৰিয়া?
A) CuO + H₂ → Cu + H₂O
B) 2Cu + O₂ → 2CuO
C) Zn + CuSO₄ → ZnSO₄ + Cu
D) CaCO₃ → CaO + CO₂
Answer: B
24. Reduction means:
বিজাৰণ মানে—
A) Addition of oxygen / অক্সিজেন যোগ হোৱা
B) Removal of oxygen / অক্সিজেন আঁতৰি যোৱা
C) Addition of carbon dioxide / CO₂ যোগ হোৱা
D) Addition of nitrogen / নাইট্ৰ’জেন যোগ হোৱা
Answer: B
25. When a substance gains oxygen, it undergoes:
এটা পদাৰ্থই অক্সিজেন লাভ কৰিলে কি ঘটে?
A) Reduction / বিজাৰণ
B) Oxidation / জাৰণ
C) Displacement / অপসৰণ
D) Neutralisation / প্ৰশমন
Answer: B
26. Which of the following is a redox reaction?
তলৰ কোনটো জাৰণ-বিজাৰণ (Redox) বিক্ৰিয়া?
A) CuO + H₂ → Cu + H₂O
B) NaCl + AgNO₃ → AgCl + NaNO₃
C) CaO + H₂O → Ca(OH)₂
D) CaCO₃ → CaO + CO₂
Answer: A
27. The black coating formed on silver is mainly:
ৰূপৰ ওপৰত সৃষ্টি হোৱা ক’লা আৱৰণটো মূলতঃ—
A) Silver oxide / ছিলভাৰ অক্সাইড
B) Silver sulphide / ছিলভাৰ ছালফাইড
C) Silver chloride / ছিলভাৰ ক্ল’ৰাইড
D) Silver nitrate / ছিলভাৰ নাইট্ৰেট
Answer: B
28. Which of the following is NOT a sign of a chemical reaction?
তলৰ কোনটো ৰাসায়নিক বিক্ৰিয়াৰ লক্ষণ নহয়?
A) Change in colour / ৰঙৰ পৰিৱৰ্তন
B) Evolution of gas / গেছৰ উৎপত্তি
C) Formation of precipitate / অধঃক্ষেপ সৃষ্টি
D) Change in shape only / কেৱল আকৃতিৰ পৰিৱৰ্তন
Answer: D
29. In the reaction CuO + H₂ → Cu + H₂O, CuO is:
CuO + H₂ → Cu + H₂O বিক্ৰিয়াত CuO হৈছে—
A) Oxidised / জাৰিত
B) Reduced / বিজাৰিত
C) Catalyst / অনুঘটক
D) Precipitate / অধঃক্ষেপ
Answer: B
30. Which law is followed while balancing a chemical equation?
ৰাসায়নিক সমীকৰণ সন্তুলিত কৰোঁতে কোনটো নিয়ম মানি চলা হয়?
A) Law of conservation of mass / ভৰৰ সংৰক্ষণৰ সুত্ৰ
B) Law of reflection / প্ৰতিফলনৰ সুত্ৰ
C) Ohm’s law / ওমৰ সুত্ৰ
D) Newton’s law / নিউটনৰ সুত্ৰ
Answer: A
31. What is the colour of copper metal?
তাম ধাতুৰ ৰং কি
A) Blue / নীলা
B) Reddish-brown / ৰঙা-মুগা
C) Black / ক’লা
D) Green / সেউজীয়া
Answer: B
32. What happens when lead nitrate is heated?
লেড নাইট্ৰেট গৰম কৰিলে কি হয়?
A) It melts only / কেৱল গলি যায়
B) It decomposes / বিযোজিত হয়
C) It freezes / জমি যায়
D) No reaction / কোনো বিক্ৰিয়া নহয়
Answer: B
33. Which gas is produced when lead nitrate is heated?
লেড নাইট্ৰেট গৰম কৰিলে কোনটো গেছ উৎপন্ন হয়?
A) Oxygen / অক্সিজেন
B) Nitrogen dioxide / নাইট্ৰ’জেন ডাইঅক্সাইড
C) Hydrogen / হাইড্ৰ’জেন
D) Carbon dioxide / কাৰ্বন ডাইঅক্সাইড
Answer: B
34. The brown fumes produced on heating lead nitrate are of:
লেড নাইট্ৰেট গৰম কৰিলে ওলোৱা মুগা ৰঙৰ ধোঁৱা কোনটো পদাৰ্থৰ?
A) NO₂
B) O₂
C) H₂
D) CO₂
Answer: A
35. Which of the following is an endothermic reaction?
তলৰ কোনটো তাপগ্ৰাহী বিক্ৰিয়া?
A) Burning of natural gas / প্ৰাকৃতিক গেছ জ্বলোৱা
B) Respiration / শ্বাস-প্ৰশ্বাস
C) Decomposition of calcium carbonate / কেলচিয়াম কাৰ্বনেটৰ বিযোজন
D) Burning of coal / কয়লা জ্বলোৱা
Answer: C
36.
37.
38. Which of the following prevents corrosion?
তলৰ কোনটোৱে ক্ষয় ৰোধ কৰে?
A) Painting / ৰং কৰা
B) Keeping in moist air / সেমেকা বায়ুত ৰখা
C) Exposing to water / পানীৰ সংস্পৰ্শত ৰখা
D) Exposing to oxygen / অক্সিজেনৰ সংস্পৰ্শত ৰখা
Answer: A
39. Rusting of iron requires:
লোত মামৰ ধৰিবলৈ প্ৰয়োজন—
A) Only oxygen / কেৱল অক্সিজেন
B) Only water / কেৱল পানী
C) Oxygen and water / অক্সিজেন আৰু পানী
D) Nitrogen and water / নাইট্ৰ’জেন আৰু পানী
Answer: C
40.
41.
42. Which of the following is a physical change?
তলৰ কোনটো ভৌতিক পৰিৱৰ্তন?
A) Burning of paper / কাগজ জ্বলোৱা
B) Rusting of iron / লোত মামৰ ধৰা
C) Melting of ice / বৰফ গলা
D) Curdling of milk / গাখীৰ টেঙা হোৱা
Answer: C
43. Which of the following indicates formation of a precipitate?
তলৰ কোনটোৱে অধঃক্ষেপ গঠন হোৱা বুজায়?
A) Formation of an insoluble solid / অদ্ৰৱণীয় গোটা পদাৰ্থ সৃষ্টি
B) Formation of gas only / কেৱল গেছ সৃষ্টি
C) Melting / গলা
D) Evaporation / বাষ্পীভৱন
Answer: A
44. In the reaction Zn + CuSO₄ → ZnSO₄ + Cu, zinc is:
Zn + CuSO₄ → ZnSO₄ + Cu বিক্ৰিয়াত জিংক—
A) Less reactive than copper / তামতকৈ কম সক্ৰিয়
B) More reactive than copper / তামতকৈ অধিক সক্ৰিয়
C) A non-metal / অধাতু
D) A catalyst / অনুঘটক
Answer: B
45. Which of the following is a double displacement reaction?
তলৰ কোনটো দ্বি-অপসৰণ বিক্ৰিয়া?
A) Zn + CuSO₄ → ZnSO₄ + Cu
B) 2H₂O → 2H₂ + O₂
C) AgNO₃ + NaCl → AgCl + NaNO₃
D) C + O₂ → CO₂
Answer: C
46. The substance that gets oxidised in a reaction:
এটা বিক্ৰিয়াত যি পদাৰ্থ জাৰিত হয়—
A) Loses oxygen / অক্সিজেন হেৰুৱায়
B) Gains oxygen / অক্সিজেন লাভ কৰে
C) Always gains hydrogen / সদায় হাইড্ৰ’জেন লাভ কৰে
D) Does not change / কোনো পৰিৱৰ্তন নহয়
Answer: B
47. Which process is responsible for spoilage of oily food?
তেলীয়া খাদ্য নষ্ট হোৱাৰ বাবে কোনটো প্ৰক্ৰিয়া দায়ী?
A) Corrosion / ক্ষয়
B) Rancidity / ৰেনচিডিটি
C) Neutralisation / প্ৰশমন
D) Displacement / অপসৰণ
Answer: B
48. Which method can help prevent rancidity?
ৰেনচিডিটি ৰোধ কৰাত কোনটো পদ্ধতিয়ে সহায় কৰে?
A) Keeping food in airtight containers / বায়ুৰূদ্ধ পাত্ৰত খাদ্য ৰখা
B) Increasing oxygen supply / অক্সিজেনৰ যোগান বৃদ্ধি কৰা
C) Keeping food open / খাদ্য খোলা ৰখা
D) Heating continuously / সদায় গৰম কৰি ৰখা
Answer: A
49. In a chemical equation, the substances present on the left side are called:
ৰাসায়নিক সমীকৰণৰ বাওঁফালে থকা পদাৰ্থবোৰক কি বোলে?
A) Products / উৎপাদ
B) Reactants / বিক্ৰিয়ক
C) Catalysts / অনুঘটক
D) Precipitates / অধঃক্ষেপ
Answer: B
50. In a chemical equation, the substances formed after the reaction are called:
ৰাসায়নিক বিক্ৰিয়াৰ পিছত সৃষ্টি হোৱা পদাৰ্থবোৰক কি বোলে?
A) Reactants / বিক্ৰিয়ক
B) Products / বিক্ৰিয়াজাত পদাৰ্থ
C) Elements / মৌল
D) Solvents / দ্ৰাৱক
Answer: B

